பொருள் : দ্রুতবেগে চলা বা গৈ পোৱা
எடுத்துக்காட்டு :
ত্বৰিত গতিৰে চলা গাড়ীৰ সংখ্যা সীঘ্রে দুগুণ কৰা হʼব
ஒத்த சொற்கள் : দ্রুতবেগী
பொருள் : যি বিষয়ত সোনকালে কোনো কার্যব্যৱস্থা গ্রহণ কৰাটো আৱশ্যক
எடுத்துக்காட்டு :
তাৎক্ষণিক বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে অত্যাধুনিক উপকৰণৰ ব্যৱস্থা কৰা হʼব কম্পিউটাৰত ই-বিক্ৰয়ৰ ত্বৰিত সেৱা আছে
ஒத்த சொற்கள் : তাৎক্ষণিক