பொருள் : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
எடுத்துக்காட்டு :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
ஒத்த சொற்கள் : থাকি যোৱা
பொருள் : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া
எடுத்துக்காட்டு :
ৰমা সেই কোঠাটোত আছে
பொருள் : বেয়া হৈ নোযোৱা
எடுத்துக்காட்டு :
ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে
பொருள் : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য
எடுத்துக்காட்டு :
মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা
ஒத்த சொற்கள் : নির্বাহ কৰা
பொருள் : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা
எடுத்துக்காட்டு :
টেংকিত পানী আছে এই বটলত পানী আছে
பொருள் : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
எடுத்துக்காட்டு :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
ஒத்த சொற்கள் : স্থিত হোৱা, হোৱা
பொருள் : কʼৰবাত আশ্রয় লোৱা
எடுத்துக்காட்டு :
আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ