பொருள் : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
எடுத்துக்காட்டு :
মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
ஒத்த சொற்கள் : থৈ অহা
பொருள் : বেয়া হʼবলৈ নিদিয়া
எடுத்துக்காட்டு :
আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি
ஒத்த சொற்கள் : ৰখা
பொருள் : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
எடுத்துக்காட்டு :
মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
ஒத்த சொற்கள் : থৈ অহা