பொருள் : দক্ষিণ আফ্রিকাৰ নিবাসী
எடுத்துக்காட்டு :
চৰকাৰে বগা আৰু কʼলা দক্ষিণ আফ্রিকান সকলৰ মাজত ভেদভাৱ ৰাখে
ஒத்த சொற்கள் : দক্ষিণ আফ্রিকা বাসী, দক্ষিণ আফ্রিকা-বাসী, দক্ষিণ আফ্রিকাবাসী
பொருள் : দক্ষিণ আফ্রিকা সম্বন্ধী বা দক্ষিণ আফ্রিকাৰ
எடுத்துக்காட்டு :
দক্ষিণ আফ্রিকান অশ্বেত সকলে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিছিল
ஒத்த சொற்கள் : দক্ষিণ আফ্রিকা সম্বন্ধী