பொருள் : জুখিবৰ কাৰণে ব্যৱহাৰ কৰা কোনো নিশ্চিত পৰিমাণৰ শিল, লোহা আদিৰ টুকুৰা
எடுத்துக்காட்டு :
এইটো এক কিলোৰ দগা
ஒத்த சொற்கள் : প্রতিমান
பொருள் : কোনো তৎপৰতা নথকা
எடுத்துக்காட்டு :
এলেহুৱা মানুহে কেতিয়াও কোনো কাম সময়মতে কৰিব নোৱাৰে তেওঁ ্ কামত বৰ সোৰোপা
ஒத்த சொற்கள் : অলস, আলস্যপৰায়ণ, এলেহুৱা, খাই গাহৰি, খাই-শো, বহিখোৱা, শুই-হগা, সোৰোপা, ৰিহাকুৰীয়া