பொருள் : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
எடுத்துக்காட்டு :
ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
ஒத்த சொற்கள் : ন্যায়াধীশ, মেজিষ্ট্রেট
பொருள் : দণ্ডাধীশ বা দণ্ডাধিকাৰীৰ পদ
எடுத்துக்காட்டு :
মহেশে দণ্ডাধীশৰ বাবে আৱেদন কৰিছে
ஒத்த சொற்கள் : দণ্ডাধিকাৰী