உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
எடுத்துக்காட்டு : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
ஒத்த சொற்கள் : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ
பொருள் : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
எடுத்துக்காட்டு : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
ஒத்த சொற்கள் : বাৰ
பொருள் : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
எடுத்துக்காட்டு : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
ஒத்த சொற்கள் : ধাৰা, নিয়ম
பொருள் : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
எடுத்துக்காட்டு : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
ஒத்த சொற்கள் : কিস্তি, খেপ, বাৰ
நிறுவு