பொருள் : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
எடுத்துக்காட்டு :
লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
ஒத்த சொற்கள் : পাহি
பொருள் : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
எடுத்துக்காட்டு :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
ஒத்த சொற்கள் : পার্টী
பொருள் : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
எடுத்துக்காட்டு :
সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
ஒத்த சொற்கள் : জাক
பொருள் : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি
எடுத்துக்காட்டு :
ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে
ஒத்த சொற்கள் : পাৰিষদ্্বর্গ, ্গোট