பொருள் : মানুহৰ মুখত পোৱা দাঁত যাৰ সংখ্যা বত্রিশটা
எடுத்துக்காட்டு :
তেওঁ পুৱা-গধূলি নিজৰ ্দাঁত পৰিষ্কাৰ কৰে
ஒத்த சொற்கள் : দন্ত বিন্যাস
பொருள் : দাঁতৰ আকাৰৰ কোনো বস্তুৰ ওলাই থকা অংশ বিশেষ
எடுத்துக்காட்டு :
এই ফনীখনৰ ভালেকেইটা দাঁত ভাঙি থাকিল