பொருள் : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
எடுத்துக்காட்டு :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
ஒத்த சொற்கள் : দানপাত্র
பொருள் : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
எடுத்துக்காட்டு :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
ஒத்த சொற்கள் : দান পাত্র
பொருள் : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
எடுத்துக்காட்டு :
তেওঁ ্দানপাত্রত এশ টকা দিলে
ஒத்த சொற்கள் : দানপাত্র
பொருள் : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
எடுத்துக்காட்டு :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
ஒத்த சொற்கள் : দান পাত্র