பொருள் : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু
எடுத்துக்காட்டு :
তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে
பொருள் : শস্যৰ পৰা উলিওৱা অংশ
எடுத்துக்காட்டு :
চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে
ஒத்த சொற்கள் : শস্যৰ গুটি, শস্যৰ বীজ
பொருள் : গোলাকাৰ সৰু বস্তু বিশেষ
எடுத்துக்காட்டு :
লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
ஒத்த சொற்கள் : গুটি
பொருள் : পশুৱে খোৱা ঘাঁহ, ভুচি আদি
எடுத்துக்காட்டு :
তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে