பொருள் : কোনো বস্তুৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য
எடுத்துக்காட்டு :
ছোৱালীয়েও নিজৰ পৈতৃক সম্পত্তিৰ দাবী কৰিব পাৰে
பொருள் : দৃঢ়তাপূর্ক কথন
எடுத்துக்காட்டு :
আপোনাৰ ৰামৰ সন্দর্ভত এই ্দাবী উচিত হোৱা নাই
பொருள் : সত্যতা নিৰূপণৰ কাৰণে কোনো কথা কোৱাৰ সাহস
எடுத்துக்காட்டு :
মই এইটো দাবীৰে সৈতে কʼব পাৰোঁ যে ইয়াত ভেজাল আছে
பொருள் : সম্পত্তি অথবা অধিকাৰৰ ৰক্ষাৰ বা প্রাপ্তিৰ কাৰণে চলোৱা মোকর্দ্্মা
எடுத்துக்காட்டு :
বিৰলাই প্রিয়ম্বদাৰ দান-পত্রৰ বিৰুদ্ধে দাবী কৰিলে