பொருள் : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
எடுத்துக்காட்டு :
আজিকালি আলুৰ দাম বহুত বাঢ়িল
ஒத்த சொற்கள் : দৰ
பொருள் : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
எடுத்துக்காட்டு :
হীৰাৰ মূল্য জহুৰীয়েহে জানে
ஒத்த சொற்கள் : মূল্য