உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
எடுத்துக்காட்டு : সোমবাৰ সপ্তাহৰ প্রথম দিন
ஒத்த சொற்கள் : অহ্ন, দিৱস, বাসৰ, বাৰ
பொருள் : নিশ্চিত বা উচিত সময়
எடுத்துக்காட்டு : আজি মোৰ লʼৰাটোৰ জন্ম দিন
ஒத்த சொற்கள் : দিৱস
பொருள் : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
எடுத்துக்காட்டு : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
ஒத்த சொற்கள் : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
பொருள் : ভাল সময়
எடுத்துக்காட்டு : সকলোৰে সুদিন আহে
ஒத்த சொற்கள் : সুদিন
பொருள் : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
எடுத்துக்காட்டு : এদিনত আঠটা প্রহৰ থাকে
ஒத்த சொற்கள் : তিথি, দিৱস
பொருள் : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
எடுத்துக்காட்டு : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
பொருள் : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
எடுத்துக்காட்டு : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
பொருள் : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
எடுத்துக்காட்டு : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
ஒத்த சொற்கள் : কাল, যুগ
நிறுவு