பொருள் : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা
எடுத்துக்காட்டு :
শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে
ஒத்த சொற்கள் : আঘাত দিয়া
பொருள் : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
எடுத்துக்காட்டு :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
ஒத்த சொற்கள் : কষ্ট দিয়া
பொருள் : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
எடுத்துக்காட்டு :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
ஒத்த சொற்கள் : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
பொருள் : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য
எடுத்துக்காட்டு :
নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে
ஒத்த சொற்கள் : প্রলোভন দিয়া, ব্যাকুল কৰা