பொருள் : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
எடுத்துக்காட்டு :
দুইৰ দুগুণ চাৰি
பொருள் : যিমান থাকে আৰু সিমান
எடுத்துக்காட்டு :
যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
பொருள் : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
எடுத்துக்காட்டு :
এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে