பொருள் : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে
எடுத்துக்காட்டு :
যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে
பொருள் : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়
எடுத்துக்காட்டு :
আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়
ஒத்த சொற்கள் : দুফলীয়া
பொருள் : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ
எடுத்துக்காட்டு :
দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে
பொருள் : যাৰ দুখন মুখ আছে
எடுத்துக்காட்டு :
বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে