பொருள் : কঠিন হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
ஒத்த சொற்கள் : কঠিনতা
பொருள் : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
எடுத்துக்காட்டு :
এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
ஒத்த சொற்கள் : অসুবিধা, কঠিনতা, কষ্টসাধ্যতা