பொருள் : ঘৰতে বহি আহিলাৰ সহায়ত অন্যান্য ঠাইত সংঘটিত হোৱা দৃশ্যাৱলী দেখিবলৈ পোৱা এক ধৰণৰ প্রণালী
எடுத்துக்காட்டு :
দূৰদর্শনে দেশ-বিদেশত সংঘটিত হৈ থকা ঘটনাৱলী পোনপটীয়াভাৱে প্রচাৰ কৰি জনসাধাৰণৰ কাষলৈ লৈ যায়
ஒத்த சொற்கள் : দূৰদর্শন-্প্রণালী
பொருள் : দূৰত সংঘটিত হোৱা ঘটনাৰাজিৰ দৃশ্য দেখা পোৱা এক ধৰণৰ আহিলা
எடுத்துக்காட்டு :
দূৰদর্শন মনোৰঞ্জনৰ এক উত্তম আহিলা
ஒத்த சொற்கள் : টিভি, টেলিভিছন, টেলিভিশ্বন