உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি সিদ্ধান্ত সলনি নহয়
எடுத்துக்காட்டு : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
ஒத்த சொற்கள் : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ
பொருள் : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অশিথিল, মজবুত
பொருள் : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি
எடுத்துக்காட்டு : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল
ஒத்த சொற்கள் : অনমনীয়, অনম্য, কঠোৰ
பொருள் : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
எடுத்துக்காட்டு : পাহাৰ-পর্বত স্থিৰ
ஒத்த சொற்கள் : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
நிறுவு