உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : নাটকৰ কোনো এক ঘটনাৰ অভিনীত বা মঞ্চস্থ ৰূপ যাক এটা অংক বা ভাগত বিভক্ত কৰা হয়
எடுத்துக்காட்டு : নাটকৰ শেষ দৃশ্যতহে হত্যাকাৰী কোন গম পোৱা গʼল
பொருள் : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অংক, নাট্যাংক, নাট্যাংশ
பொருள் : চকুৰ সন্মুখত থকা পদার্থ, ্ ঘটনা বা ঠাই
எடுத்துக்காட்டு : সূর্যাস্তৰ দৃশ্য বৰ ধুনীয়া আছিল বৰষুণৰ কাৰণে বাহিৰৰ ছবিখন অস্পষ্ট হৈ আছিল
ஒத்த சொற்கள் : ছবি, পট
நிறுவு