உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ
எடுத்துக்காட்டு : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে
ஒத்த சொற்கள் : উদাহৰণ, উপমা
பொருள் : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
எடுத்துக்காட்டு : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
ஒத்த சொற்கள் : আর্হি, উদাহৰণ, নজিৰ, নমুনা, নিদ্্র্শন
பொருள் : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
எடுத்துக்காட்டு : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
ஒத்த சொற்கள் : উদাহৰণ, নমুনা
நிறுவு