பொருள் : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা
எடுத்துக்காட்டு :
মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে
ஒத்த சொற்கள் : নির্দেশ ্কৰা
பொருள் : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
எடுத்துக்காட்டு :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
ஒத்த சொற்கள் : দর্শন ্ কৰা, দেখুৱা
பொருள் : অনুভৱ কৰোৱা
எடுத்துக்காட்டு :
ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে
பொருள் : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা
எடுத்துக்காட்டு :
শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়
ஒத்த சொற்கள் : প্রদর্শন ্কৰা
பொருள் : অনুসন্ধান বা নিৰীক্ষণ কৰা
எடுத்துக்காட்டு :
আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?
பொருள் : নিৰীক্ষণ কৰোৱা কার্য
எடுத்துக்காட்டு :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
ஒத்த சொற்கள் : দেখুৱা