உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
எடுத்துக்காட்டு : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
ஒத்த சொற்கள் : অধর্ম, অপৰাধ, কলুষ, পাতক, পাপ
பொருள் : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া
எடுத்துக்காட்டு : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা
ஒத்த சொற்கள் : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ
பொருள் : যিটো গুণ ভাল নহয়
எடுத்துக்காட்டு : মানুহে বদগুণৰ পৰা আঁতৰি থাকিব লাগে
ஒத்த சொற்கள் : কদভ্যাস, দুর্গুণ, বদগুণ, বদভ্যাস
நிறுவு