பொருள் : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য
எடுத்துக்காட்டு :
অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়
ஒத்த சொற்கள் : দোষাৰোপন
பொருள் : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত
எடுத்துக்காட்டு :
দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল
ஒத்த சொற்கள் : দোষনিৰ্ণয়