பொருள் : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা
எடுத்துக்காட்டு :
ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়
ஒத்த சொற்கள் : স্পন্দিত হোৱা
பொருள் : ইফাল-সিফাল কৰি ধপধপ শ্্ব্দ কৰা
எடுத்துக்காட்டு :
চৰাইবোৰে পাখিৰে ধপধপাই আছে
ஒத்த சொற்கள் : ধপধপাই থকা
பொருள் : ভয়, উদ্বেগ আদিৰ কাৰণে হৃদয়ৰ গতি তীব্র হোৱা
எடுத்துக்காட்டு :
পুলিচক দেখিয়েই চোৰটোৰ বুকু ধপধপাবলৈ ধৰিলে