பொருள் : শিশুৰ চোৱাচিতা কৰা দাসী
எடுத்துக்காட்டு :
কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে
பொருள் : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী
எடுத்துக்காட்டு :
আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়
ஒத்த சொற்கள் : ধাই মাতৃ
பொருள் : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
எடுத்துக்காட்டு :
চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
ஒத்த சொற்கள் : ধাত্রী