பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து ধাৰ என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

ধাৰ   বিশেষ্য

பொருள் : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ

எடுத்துக்காட்டு : এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে

பொருள் : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

எடுத்துக்காட்டு : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

ஒத்த சொற்கள் : ধাৰা, প্রবাহ

பொருள் : হঠাৎ জোৰেৰে অহা প্রৱাহ

எடுத்துக்காட்டு : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

ஒத்த சொற்கள் : লহৰ

பொருள் : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

எடுத்துக்காட்டு : এই তৰোৱালখনৰ পানী চাবলগীয়া

ஒத்த சொற்கள் : পানী

பொருள் : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

எடுத்துக்காட்டு : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

ஒத்த சொற்கள் : ঋণ

பொருள் : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি

எடுத்துக்காட்டு : ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে

பொருள் : হাতিয়াৰ বা অস্ত্রৰ চোক

எடுத்துக்காட்டு : কটাৰীখনৰ ধাৰ নোহোৱা হʼল

பொருள் : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

எடுத்துக்காட்டு : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

ஒத்த சொற்கள் : ধাৰা, প্রৱাহ, সোঁত