பொருள் : অন্ধকাৰ বা অস্পষ্ট হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
চানি পৰাৰ কাৰণে চকুৰে ধুঁৱলি-কুৱলী দেখিছে
ஒத்த சொற்கள் : ধুৱলি-কুঁৱলী
பொருள் : অলপ আন্ধাৰ হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
সন্ধিয়াৰ ধুঁৱলি-কুঁৱলীত চোৰ ঘৰৰ ভিতৰলৈ সোমাই গʼল
ஒத்த சொற்கள் : ধুঁৱলি-কুৱলী