பொருள் : ধোৱা কাম
எடுத்துக்காட்டு :
গীতাই কাপোৰ ধুই আছে
பொருள் : ধোৱা কাম
எடுத்துக்காட்டு :
শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
பொருள் : কাপোৰ চফা কৰা কার্য
எடுத்துக்காட்டு :
শীলাই কাপোৰ ধুই আছে
பொருள் : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
எடுத்துக்காட்டு :
এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
பொருள் : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
எடுத்துக்காட்டு :
আজিকালি মেচিনত কাপোৰ ধোৱা হয়
பொருள் : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
எடுத்துக்காட்டு :
শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
ஒத்த சொற்கள் : ধুই দিয়া, পখালা, পখালি দিয়া
பொருள் : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
எடுத்துக்காட்டு :
তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
ஒத்த சொற்கள் : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা