பொருள் : অনর্থ ্বা ধ্বংস কৰোঁতা
எடுத்துக்காட்டு :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
ஒத்த சொற்கள் : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
பொருள் : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
எடுத்துக்காட்டு :
চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
ஒத்த சொற்கள் : পতনমুখী
பொருள் : যি ধ্বংস কৰে
எடுத்துக்காட்டு :
বাৰুদ এবিধ ধ্বংসকাৰী বস্তু