பொருள் : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
எடுத்துக்காட்டு :
সন্তজন ধ্যানত লীন হৈ আছে
பொருள் : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
எடுத்துக்காட்டு :
ৰমেশে বৰ মনোযোগেৰে পঢ়ে
ஒத்த சொற்கள் : মনোযোগ