உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : পৰলোক, ঈশ্বৰ আদিৰ সম্বন্ধীয় এক বিশেষ বিশ্বাস আৰু উপাসনাৰ বিশেষ প্রণালী
எடுத்துக்காட்டு : হিন্দুধর্মৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হʼল যে ই সকলো ধর্মৰ প্রতি সহনশীল
ஒத்த சொற்கள் : ধর্ম, ধর্ম্ম
பொருள் : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
எடுத்துக்காட்டு : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
ஒத்த சொற்கள் : ধর্ম, ধর্মকর্ম, পুণ্য, পুণ্যকর্ম
பொருள் : সেই সমাজ বা সমূদায় যি দৈৱিক শক্তিত নিজৰ বিশ্বাস দর্শাই বা যি দৈৱিক শক্তিত বিশ্বাস ৰাখে
எடுத்துக்காட்டு : মুহম্মদ চাহেবে মুছলিম ্ধর্মৰ প্রতিষ্ঠা কৰিছিল
ஒத்த சொற்கள் : ধর্ম
பொருள் : কোনো জাতি, ্বর্গ, পদ আদিৰ কাৰণে নিশ্চিত কৰি থোৱা কার্য ্বা আচৰণ
எடுத்துக்காட்டு : প্রজাৰ ৰক্ষা কৰাই ৰজাৰ প্রকৃত ধর্ম
ஒத்த சொற்கள் : কর্তব্য, ধর্ম
நிறுவு