உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
எடுத்துக்காட்டு : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
ஒத்த சொற்கள் : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
பொருள் : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
எடுத்துக்காட்டு : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
ஒத்த சொற்கள் : অদিতি, ধৰিত্রী আই, ধৰিত্রী মাতা, পৃথিৱী, বসুন্ধৰা
நிறுவு