பொருள் : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য
எடுத்துக்காட்டு :
শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে
பொருள் : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ
எடுத்துக்காட்டு :
সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে