பொருள் : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ
எடுத்துக்காட்டு :
ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়
பொருள் : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
எடுத்துக்காட்டு :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
ஒத்த சொற்கள் : অনুকৰণ কৰা, অনুসৰণ কৰা