பொருள் : কোনো নগৰত থকা লোক
எடுத்துக்காட்டு :
নেতাৰ হত্যাৰ বিৰোধ গোটেই চহৰবাসীয়ে কৰি আছে
ஒத்த சொற்கள் : চহৰবাসী
பொருள் : কোনো দেশৰ নিবাসী
எடுத்துக்காட்டு :
ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
ஒத்த சொற்கள் : নাগৰিক
பொருள் : যি নগৰত বাস কৰে বা নগৰত থাকে
எடுத்துக்காட்டு :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
ஒத்த சொற்கள் : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া