பொருள் : নগৰ বা চহৰৰ সৈতে সম্পর্কীত
எடுத்துக்காட்டு :
তেওঁৰ চহৰীয়া জীৱন পচন্দ নহয়
ஒத்த சொற்கள் : চহৰীয়া
பொருள் : যি নগৰত বাস কৰে বা নগৰত থাকে
எடுத்துக்காட்டு :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
ஒத்த சொற்கள் : চহৰীয়া, নগৰ নিবাসী, নগৰবাসী