பொருள் : আনন্দত জঁপিওৱা-জঁপি কৰা
எடுத்துக்காட்டு :
চাকৰি পোৱাৰ খবৰ পাই মনোহৰে নাচিবলৈ ধৰিলে
பொருள் : সংগীতৰ লগত তাল স্বৰ অনুযায়ী ভাব-ভঙ্গী দেখুৱাই জঁপিওৱা, ঘূৰা আৰু এই ধৰণৰ অন্য মুদ্রা দেখুওৱা কার্য
எடுத்துக்காட்டு :
তেওঁ খুউব ভাল নাচিছিল
ஒத்த சொற்கள் : নর্তন ্ কৰা, নৃত্য কৰা