உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : চোৱা কার্য ্বা ঢং
எடுத்துக்காட்டு : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে
ஒத்த சொற்கள் : চাৱনি, দৃষ্টি
பொருள் : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য
எடுத்துக்காட்டு : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে
ஒத்த சொற்கள் : চকিদাৰি, পহৰা
பொருள் : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ
எடுத்துக்காட்டு : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে
ஒத்த சொற்கள் : কুদৃষ্টি, বেয়া নজৰ
பொருள் : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি
எடுத்துக்காட்டு : তেওঁৰ ্নজৰ মানিব লাগিব
நிறுவு