பொருள் : অভিনয় কৰা বা ভাও দেখুওৱা পুৰুষ
எடுத்துக்காட்டு :
তেওঁ ্ এগৰাকী ভাল অভিনেতা
ஒத்த சொற்கள் : অভিনেতা, অভিনয় শিল্পী, নটশিল্পী, নতুৱা
பொருள் : নাটক আদিত অভিনয় কৰা ব্যক্তি
எடுத்துக்காட்டு :
শ্যামদেৱ এজন নিপুণ নটুৱা
ஒத்த சொற்கள் : নটুৱা
பொருள் : বল্টুত পকাব পৰা ধাতুৰ এক ছেদযুক্ত গোল অথবা কোণীয়া আকাৰৰ পেচযুক্ত উপকৰণ
எடுத்துக்காட்டு :
নটটো বেছিকৈ নাটানিবা নহʼলে খুলিবলৈ অসুবিধা হʼব