பொருள் : যাক তললৈ মূৰ কৰাব পাৰি
எடுத்துக்காட்டு :
এই লাখুটিডাল লেহুকা
ஒத்த சொற்கள் : লেউসেউ, লেহুকা, স্থিতিস্থাপক
பொருள் : যাক টানিব পৰা যায় বা টানিবৰ যোগ্য
எடுத்துக்காட்டு :
সোণ, ৰূপ, লোহা আদি নমনীয় ধাতু
பொருள் : যাক হেঁচ্া দি বা পিটি নভঙাকৈ সহজে বেলেগ আকাৰ দিব পাৰি
எடுத்துக்காட்டு :
কিছুমান ধাতু নমনীয় হয়