உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
எடுத்துக்காட்டு : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
ஒத்த சொற்கள் : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন
பொருள் : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
எடுத்துக்காட்டு : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
ஒத்த சொற்கள் : আর্হি, মডেল
பொருள் : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ
எடுத்துக்காட்டு : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে
பொருள் : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
எடுத்துக்காட்டு : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
ஒத்த சொற்கள் : আর্হি, ডিজাইন
பொருள் : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
எடுத்துக்காட்டு : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
ஒத்த சொற்கள் : উদাহৰণ, দৃষ্টান্ত
நிறுவு