உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
எடுத்துக்காட்டு : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
ஒத்த சொற்கள் : নলিকা
பொருள் : পানী বৈ যোৱা সৰু পথ বা সৰু জান
எடுத்துக்காட்டு : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
ஒத்த சொற்கள் : নর্দম্া, নলা, লোৰ
பொருள் : গোল-দীঘলীয়া ফোঁপোলা বস্তু
எடுத்துக்காட்டு : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
ஒத்த சொற்கள் : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
பொருள் : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
எடுத்துக்காட்டு : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
ஒத்த சொற்கள் : টেপ, পানী-নলী
நிறுவு