பொருள் : কোনো বস্তু আদিক নষ্ট কৰা কার্য
எடுத்துக்காட்டு :
পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
ஒத்த சொற்கள் : ধ্বংস কৰা
பொருள் : উচ্ছন্ন বা নষ্ট হোৱা
எடுத்துக்காட்டு :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
ஒத்த சொற்கள் : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা
பொருள் : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
எடுத்துக்காட்டு :
দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
ஒத்த சொற்கள் : বেয়া কৰা
பொருள் : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
எடுத்துக்காட்டு :
অহংকাৰে মানুহক বর্বাদ কৰে
ஒத்த சொற்கள் : খোৱা, বর্বাদ কৰা