பொருள் : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
எடுத்துக்காட்டு :
তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
ஒத்த சொற்கள் : ডুবা
பொருள் : কোনো বস্তুৰ ৰূপ-গুণ কমি অহা বা সি ক্রমে আগৰ অৱস্থাৰ পৰা বেয়া হৈ অহা কার্য
எடுத்துக்காட்டு :
এই যন্ত্রটো নষ্ট হৈ গʼল
ஒத்த சொற்கள் : অনিষ্ট হোৱা, বিকাৰ ঘটা, বিকৃত হোৱা