பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து নিচান என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

নিচান   বিশেষ্য

பொருள் : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়

எடுத்துக்காட்டு : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে

ஒத்த சொற்கள் : ধ্বজা, পতাকা, বৈজয়ন্তী

பொருள் : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়

எடுத்துக்காட்டு : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে

ஒத்த சொற்கள் : প্রতীক

பொருள் : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

எடுத்துக்காட்டு : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

ஒத்த சொற்கள் : লক্ষ্য

பொருள் : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

எடுத்துக்காட்டு : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

ஒத்த சொற்கள் : চিন, চিহ্ন, প্রতীক, সংকেত

பொருள் : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

எடுத்துக்காட்டு : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

ஒத்த சொற்கள் : চাপ, চিন, চিহ্ন

பொருள் : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

எடுத்துக்காட்டு :

ஒத்த சொற்கள் : চেক, চেকা, দাগ, দাগী, ধাব্বা

பொருள் : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

எடுத்துக்காட்டு : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

ஒத்த சொற்கள் : লক্ষ্য

பொருள் : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য

எடுத்துக்காட்டு : চিকাৰী নিচান ব্যর্থ হʼল