பொருள் : আঁতৰ কৰা দূৰ কৰা কার্য
எடுத்துக்காட்டு :
এই ঔষধে বাত, পিত্ত, মুত্রবিকাৰ আদিৰ নিবাৰণ কৰে
பொருள் : কোনো অনুচিত কার্য, ্অৱস্থা আদিক বাধা প্রদান কৰা কার্য
எடுத்துக்காட்டு :
চৰকাৰে কন্সাৰ ৰোগ নিবাৰণৰ কাৰণে প্রচেষ্টা অব্যাহত ৰাখিছে নিয়মিত যোগাসনেৰে ৰোগৰ পৰা উপশম পাব পাৰি
ஒத்த சொற்கள் : উপশম