பொருள் : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
எடுத்துக்காட்டு :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
ஒத்த சொற்கள் : নির্দিষ্ট, নি্র্ধাৰিত, সঠিক, সুনিশ্চিত
பொருள் : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
எடுத்துக்காட்டு :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
ஒத்த சொற்கள் : অটল, অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী
பொருள் : যিটো নি্র্ধাৰিত বা নিশ্চিত
எடுத்துக்காட்டு :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
ஒத்த சொற்கள் : ঠিক, নির্দিষ্ট, নি্র্ধাৰিত, নিয়ত, সঠিক