பொருள் : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
எடுத்துக்காட்டு :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
பொருள் : যʼত ইচ্ছা নাথাকে
எடுத்துக்காட்டு :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
ஒத்த சொற்கள் : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
பொருள் : যʼত কাম বাসনা নাই
எடுத்துக்காட்டு :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
ஒத்த சொற்கள் : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম